অসম

assam

ETV Bharat / state

কৃষি আইনক ৰাইজৰ মাজলৈ নিব বিজেপিয়ে

কৃষি আইন 2020 ৰ সমৰ্থনত ৰাজ্যিক বিজেপি ৷ কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বৰপেটাত দেওবাৰে কৃষি আইন 2020 সম্পৰ্কে এক বুদ্ধিজীৱী সন্মিলন অনুষ্ঠিত হৈ যায় ৷

By

Published : Oct 11, 2020, 10:11 PM IST

press meet of barpeta BJP assam etv bharat news
কৃষি আইন 2020 ৰ সমৰ্থনত বিজেপি

বৰপেটাৰোড,11 অক্টোবৰ: দেশত কৃষি আইন 2020 গৃহীত হোৱাৰ পিছতে এই আইনৰ যোগাত্মক দিশটো ৰাইজৰ মাজলৈ লৈ যাবলৈ তৎপৰ হৈছে ৰাষ্ট্ৰীয় ৰাজনৈতিক দল বিজেপি ৷ কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বৰপেটাত দেওবাৰে কৃষি আইন 2020 সম্পৰ্কে এক বুদ্ধিজীৱী সন্মিলন অনুষ্ঠিত হৈ যায় ৷ সভাত উপস্থিত থাকে প্ৰাক্তন মন্ত্ৰী তথা বিজেপি নেত্ৰী ৰেখাৰাণী দাস বড়ো, বৰপেটা জিলা বিজেপিৰ সভাপতি শংকৰ দাসৰ লগতে বহুকেইগৰাকী বিজেপি নেতা ৷ উক্ত সভাখনত বিজেপি নেতা-কৰ্মীসকলে এই আইনৰ সুযোগ লৈ ৰাজনীতি কৰাৰ সুবিধা গ্ৰহণ কৰা বুলি সমালোচনা কৰে ৷

কৃষি আইন 2020 ৰ সমৰ্থনত বিজেপি

ABOUT THE AUTHOR

...view details