অসম

assam

ETV Bharat / state

বাঘবৰ সমষ্টিৰ এটা কালভাৰ্টে জলাকলা খুৱাইছে সাধাৰণ ৰাইজক

চতলা-বৰজানা গাঁৱৰ ৰাস্তা আৰু এটা কালভাৰ্টে জলা-কলা খুৱাই আহিছে অঞ্চলটোৰ ৰাইজক ৷ গাঁও পঞ্চায়তৰ ধনেৰে নিৰ্মাণ কৰা মধুফল-বৰজানা সংযোগী পথৰ কালভাৰ্টটো বানপানীত ভাঙি যোৱাত বৰ্তমানেই ব্যাহত হৈ আছে জৰুৰীকালীন সেৱাৰ লগতে সাধাৰণ যাতায়ত ব্যৱস্থা ।

poor condition road at baghbar cons
বাঘবৰ সমষ্টিৰ এটা কালভাৰ্টে জলাকলা খুৱাইছে সাধাৰণ ৰাইজক

By

Published : Dec 31, 2020, 8:37 AM IST

জনীয়া, 31 ডিচেম্বৰ: বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত চতলা-বৰজানা গাঁৱৰ ৰাস্তা আৰু এটা কালভাৰ্টে জলা-কলা খুৱাই আহিছে অঞ্চলটোৰ ৰাইজক ৷ গাঁও পঞ্চায়তৰ ধনেৰে নিৰ্মাণ কৰা মধুফল-বৰজানা সংযোগী পথৰ কালভাৰ্টটো বানপানীত ভাঙি যোৱাত বৰ্তমানেই ব্যাহত হৈ আছে জৰুৰীকালীন সেৱা লগতে সাধাৰণ যাতায়ত ব্যৱস্থা ।

বাঘবৰ সমষ্টিৰ এটা কালভাৰ্টে জলাকলা খুৱাইছে সাধাৰণ ৰাইজক

উল্লেখ্য যে, অভয়াপুৰী, লেংটিছিঙা, কলগাছিয়া সংযোগী পথটোৰ এই কালভাৰ্টটো নিৰ্মাণ বাবে অঞ্চলটোৰ ৰাইজে আবেদন কৰিছিল যদিও কোনো গুৰুত্ব প্ৰদান কৰা নাই বিভাগীয় কৰ্ত়ৃপক্ষই ৷ গতিকে পুনৰ ৰাস্তাটোৰ লগতে এই কালভাৰ্টটো নিৰ্মাণৰ বাবে দাবী জনাইছে অঞ্চলটোৰ ৰাইজে ৷

লগতে পঢ়ক: বুধবাৰৰ পৰা আৰম্ভ 33তম গুৱাহাটী গ্ৰন্থমেলা

ABOUT THE AUTHOR

...view details