অসম

assam

উপ-নিৰ্বাচনৰ ভোট গ্ৰহণ : বিয়লি তিনি বজালৈ 64.3 শতাংশ ভোটদান

By

Published : Oct 30, 2021, 4:06 PM IST

Updated : Oct 30, 2021, 6:04 PM IST

ৰাজ্যৰ পাঁচটা সমষ্টিত চলি আছে উপ-নিৰ্বাচনৰ ভোট গ্ৰহণ ৷ বিয়লি তিনি বজালৈ 64.3 শতাংশ ভোটদান সম্পন্ন ৷

polling update
polling update

নিউজ ডেস্ক, 30 অক্টোবৰ :ৰাজ্যৰ পাঁচটাকৈ বিধানসভা সমষ্টিত আজি অনুষ্ঠিত হৈছে উপ-নিৰ্বাচন ৷ পুৱা 7 বজাৰ পৰা সমষ্টি কেইটাত আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ উপ-নিৰ্বাচন অনুষ্ঠিত হোৱা সমষ্টি কেইটা হ’ল গোঁসাইগাঁও, ভৱানীপুৰ, তামুলপুৰ, মৰিয়নী আৰু থাওৰা ৷

উপ-নিৰ্বাচনৰ ভোট গ্ৰহণ

বিয়লি 3 বজালৈকে পাঁচোটা সমষ্টিত মুঠ ভোটদানৰ হাৰ 64.30 শতাংশ ৷

গোঁসাইগাঁও সমষ্টি- 71.11 শতাংশ

ভৱানীপুৰ সমষ্টি- 68 শতাংশ

তামুলপুৰ সমষ্টি - 58 শতাংশ

মৰিয়নী সমষ্টি - 54.79 শতাংশ

থাওৰা সমষ্টি - 70.4 শতাংশ

দুপৰীয়া 1 বজালৈকে পাঁচোটা সমষ্টিত মুঠ ভোটদানৰ হাৰ আছিল 51.65 শতাংশ ৷

গোঁসাইগাঁও সমষ্টি- 57.94 শতাংশ

ভৱানীপুৰ সমষ্টি- 62 শতাংশ

তামুলপুৰ সমষ্টি - 47 শতাংশ

মৰিয়নী সমষ্টি - 35.13 শতাংশ

থাওৰা সমষ্টি - 54.52 শতাংশ

বিয়লি পাঁচ বজাত অন্ত পৰিব এই ভোট গ্ৰহণ প্ৰক্ৰিয়া ৷ আনহাতে, অহা 2 নৱেম্বৰত ঘোষণা হ’ব উপ নিৰ্বাচনৰ ফলাফল ৷

লগতে পঢ়ক :দিনৰ 1 বজালৈ পাঁচটা সমষ্টিত ভোটদানৰ হাৰ 51.65 শতাংশ

Last Updated : Oct 30, 2021, 6:04 PM IST

ABOUT THE AUTHOR

...view details