- সমগ্ৰ দেশৰ লগতে অসমতো চলিছে PFI ৰ বিৰুদ্ধে অভিযান (Raids against PFI)
- নিশা ৰাজ্যৰ ভিন্ন প্ৰান্তত চলিল PFI সদস্যৰ সন্ধানত অভিযান (Popular Front of India)
- আৰক্ষীৰ অভিযানত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আটক কেইবাজনো PFI কৰ্মী(NIA ED conduct raids against PFI)
- বৰপেটা জিলাৰ নগৰবেৰা আৰু দক্ষিণ বৰপেটাৰ বিভিন্ন অঞ্চলত চলিল PFI ৰ বিৰুদ্ধে অভিযান
- নিশাৰ ভাগত চলা আৰক্ষীৰ এই অভিযানত কেইবাজনো PFI কৰ্মীক আটক
- শীৰ্ষ আৰক্ষী বিষয়াৰ নেতৃত্বত নিশা ৩ বজাৰ পৰা চলিছিল অভিযান
- ইয়াৰ পাছতেই চঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ জিলাখনত