অসম

assam

By

Published : Jul 12, 2019, 10:37 AM IST

ETV Bharat / state

পহুমৰা নৈৰ সংহাৰী ৰূপ

নেৰানেপেৰা বৰষুণৰ ফলত বজালীত পহুমৰা নৈয়ে লৈছে সংহাৰী ৰূপ , যি কোনো মুহূৰ্ততে মথাউৰি ভাঙি পৰাৰ শংকাত আতংকিত স্থানীয় ৰাইজ

যি কোনো মুহূৰ্ততে মাথাউৰি ভাঙি পৰাৰ শংকাত আতংকিত স্থানীয় ৰাইজ

পাঠশালা,১২ জুলাইঃ অধিক অৱনতি ঘটিছে ৰাজ্যৰ বান পৰিস্থিতি । নেৰানেপেৰা বৰষুণৰ ফলত এইবাৰ বজালীত পহুমৰা নৈৰ বাঢ়নী পানীয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে । যি কোনো মুহূৰ্ততে পহুমৰা নৈৰ মথাউৰি ভাঙি পৰাৰ শংকাত আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ । ইয়াৰ লগতে বৰষুণৰ প্ৰকোপত ভৱানীপুৰ সমষ্টি আৰু পাঠশালা কেন্দুগুৰি সংযোগী মূল গড়কাপ্তানি পথটো পানীৰ তলত ডুব গৈ যাতায়ত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে । ইয়াৰোপৰি পথৰ কাষতে লাগি থকা বজালীৰ অন্যতম ঐতিহাসিক ক্ষেত্ৰ দলো গোঁসাই থানো সম্পূৰ্ণৰূপে পানীৰ তলত ডুব গৈছে ।

যি কোনো মুহূৰ্ততে মাথাউৰি ভাঙি পৰাৰ শংকাত আতংকিত স্থানীয় ৰাইজ

ABOUT THE AUTHOR

...view details