অসম

assam

By

Published : Nov 3, 2020, 2:23 PM IST

ETV Bharat / state

বজালীৰ সৰুপেটাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

মূল্যবৃদ্ধি ৰোধৰ দাবীত ৰাজ্যৰ ভিন্ন প্ৰান্তত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিক্ষোভ প্ৰদৰ্শন। বজালীৰ সৰুপেটাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ।

বজালীৰ সৰুপেটাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ
বজালীৰ সৰুপেটাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

পাঠশালা, ৩ নৱেম্বৰ: বজালীৰ সৰুপেটাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ। অত্যাৱশ্যকীয় সামগ্ৰীৰ বৰ্দ্ধিত মূল্য হ্ৰাস কৰাৰ দাবীত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৰ বজালী মহকুমা সমিতিয়ে। সৰুপেটাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰে। চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী। উল্লেখ্য যে,ৰাজ্যৰ বিভিন্ন স্থানত মূল্যবৃদ্ধি ৰোধৰ দাবীত মঙলবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

ABOUT THE AUTHOR

...view details