অসম

assam

ETV Bharat / state

পাঠশালাত কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা

শিক্ষানগৰী পাঠশালাত কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা অনুষ্ঠান আৰু অভিভাৱক সন্মিলন ৷

By

Published : May 28, 2019, 9:14 PM IST

পাঠশালাত কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা

পাঠশালা,২৮ মে' : সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিক্ষানগৰী পাঠশালা জাতীয় বিদ্যালয়ৰ পৰা ৰাজ্যৰ ভিতৰতে দশম স্থান প্ৰাপ্ত উদিপ্ত কলিতাৰ লগতে কৃতী ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা জনাই পাঠশালা জাতীয় বিদ্যালয় কৰ্তৃপক্ষই ।

পাঠশালাত কৃতী শিক্ষাৰ্থীক সম্বৰ্ধনা

বিদ্যালয়ৰ অধ্যক্ষ টিকেন্দ্ৰজিৎ পাটগিৰিৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অনুষ্ঠানত উপস্থিত থাকে বৰপেটা জিলাৰ বিদ্যালয় পৰিদৰ্শক জ্যোৎন্সাৰাণী বৰ্মন, আনন্দৰাম বৰুৱা একাডেমীৰ ৰেক্টৰ ৰণজিৎ ডেকা, পাঠশালা মহাবিদ্যালয়ৰ প্ৰশাসনিক সমিতিৰ সভাপতি গীৰিশ পাটগিৰি , অসম চৰকাৰৰ বন আৰু পৰ্যটক বিভাগৰ ব্ৰেন্দ এম্বেছাদৰ আনন্দ খাটনীয়াৰ, বিশিষ্ট চিকিৎসক কুলেন কাকতিৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি আৰু অভিভাৱক সকল ।

ABOUT THE AUTHOR

...view details