- ভূটানৰ পানীয়ে পুনৰ জলমগ্ন কৰিব বৰপেটা
- পুৱতি নিশা বেঁকী নদীৰে এৰি দিয়া হব ভূটানৰ পানী ভূটানৰ পানীয়ে জলমগ্ন কৰিব বৰপেটা
- লগতে পহুমৰাৰেও এৰি দিয়া হ'ব ভূটানৰ পানী
- পাঠশালাত জিলা উপায়ুক্তই জনালে এই কথা
- লগতে বানাক্ৰান্তৰ বুজ ল'লে জিলা উপায়ুক্ত,আৰক্ষী অধীক্ষক আৰু ভাৰতীয় সেনাই
পুনৰ পুৱতি নিশা ভূটানে এৰিব পানী - পাঠশালা
ভূটানৰ পানীয়ে পুনৰ জলমগ্ন কৰিব বৰপেটাৰ বহু কেইটা অঞ্চল ৷ পুৱতি নিশা বেঁকী নদীৰে ভূটানৰ পানী এৰি দিয়া হ'ব বুলি জনাইছে জিলা উপায়ুক্তই

ভূটানৰ পানীয়ে জলমগ্ন কৰিব বৰপেটা