বৰপেটাত বিজেপিৰ বিজয় উৎসৱ - বিজয় উৎসৱ
বৰপেটাৰ পাঠশালাত বিজেপিৰ বিজয় উৎসৱ পালন ৷ সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত দলটোৰ বিপুল সাফল্যত উৎসাহিত হৈ পালন এই বিজয় উৎসৱ ৷
![বৰপেটাত বিজেপিৰ বিজয় উৎসৱ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3372131-thumbnail-3x2-barpeta.jpg)
বৰপেটাত বিজেপিৰ বিজয় উৎসৱ
বৰপেটা, 14 মে' : বজালী বিজেপিৰ সভাপতি ফণী পাঠকৰ নেতৃত্বত দলীয় কৰ্মী সমৰ্থকে পালন কৰে বিজয় উৎসৱ ৷
বৰপেটাত বিজেপিৰ বিজয় উৎসৱ