পাঠশালা, 9 জানুৱাৰী :21ৰ নিৰ্বাচনক কেন্দ্ৰ কৰি শনিবাৰে বৰপেটা জিলাৰ পাঠশালাৰ আজাদ ভৱনত বিজেপিৰ এক সাংগঠনিক সভা অনুষ্ঠিত হয় ৷ সভাত বিজেপিৰ কৰ্মীসকলক নিৰ্বাচনী মন্ত্ৰণা দিয়ে বিজেপিৰ উত্তৰ পূবৰ প্ৰভাৰী অজয় জামৱালে ৷ লগতে সভা উপস্থিত থাকে সহ প্ৰভাৰী পৱন শৰ্মা,বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ ৰূপম গোস্বামী আদি ৷
পাঠশালাৰ আজাদ ভৱনত 21ৰ মন্ত্ৰণা দিলে অজয় জামৱালে - বৰপেটা জিলা
শনিবাৰে বৰপেটা জিলাৰ পাঠশালা আজাদ ভৱনত বিজেপিৰ এখন সাংগঠনিক সভা অনুষ্ঠিত হয় ৷ সভাত উপস্থিত থাকে বিজেফিৰ উত্তৰ পূবৰ প্ৰভাৰী অজয় জামৱাল,সহ প্ৰভাৰী পৱন শৰ্মা,বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ ৰূপম গোস্বামী আদি ৷
![পাঠশালাৰ আজাদ ভৱনত 21ৰ মন্ত্ৰণা দিলে অজয় জামৱালে Pathsala bjp meeting](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10179235-356-10179235-1610188657774.jpg)
পাঠশালাৰ আজাদ ভৱনত 21 ৰ মন্ত্ৰণা দিলে অজয় জামৱালে
পাঠশালাৰ আজাদ ভৱনত 21ৰ মন্ত্ৰণা দিলে অজয় জামৱালে
সভাৰ শেষত সাংবাদিক সম্বোধন কৰি বিজেপিৰ অসম প্ৰদেশৰ সহ প্ৰভাৰী পৱন শৰ্মাই কয়,বিগত পাঁচ বছৰত ৰাজ্যত হোৱা সৰ্বাংগীন বিকাশৰ বাবে আগন্তুক অসমৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ১২৬ আসনৰ কাষ চাপিব ৷ ইয়াৰ সমান্তৰালভাৱে কংগ্ৰেছ এতিয়া ডুব যোৱা জাহাজ বুলিও মন্তব্য প্ৰকাশ কৰে বিজেপি নেতা গৰাকীয়ে ৷
লগতে পঢ়ক : হিমন্ত বিশ্ব শৰ্মাক ক’লা পতাকা প্ৰদৰ্শন আছু কৰ্মীৰ
Last Updated : Jan 9, 2021, 6:05 PM IST