অসম

assam

ETV Bharat / state

ক্ষুব্ধ ৰাইজৰ প্ৰতিবাদঃ ৰ'দত বহুৱাই থ'লে বিদ্যুৎ বিভাগৰ কৰ্মচাৰীক

পাঠশালাত অনিয়মীয়া বিদ্যুৎ যোগানৰ প্ৰতিবাদত বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত আছুৰ নেতৃত্বত প্ৰতিবাদ সাব্যস্ত কৰে ৷  ৰ'দত বহুৱাই থ'লে বিদ্যুৎ বিভাগৰ কৰ্মচাৰীক ৷

By

Published : Aug 8, 2019, 10:28 PM IST

ক্ষুব্ধ ৰাইজৰ প্ৰতিবাদঃ ৰ'দত বহুৱাই থ'লে বিদ্যুৎ বিভাগৰ কৰ্মচাৰীক

পাঠশালা, 8 আগষ্টঃঅনিয়মীয়া বিদ্যুৎ যোগানত অতিষ্ঠ শিক্ষানগৰী পাঠশালাৰ একাংশ ৰাইজে বৃহস্পতিবাৰে পাঠশালাৰ বিদ্যুত বিভাগৰ উপ সংমণ্ডলৰ কাৰ্যালয়টো ঘেৰাও কৰে ৷ পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ আছু গোট আৰু ৰাইজে মিলি তলা ওলমাই দিয়ে কাৰ্যালয়টোত । ক্ষুব্ধ ৰাইজে কাৰ্যালয়টোৰ বিষয়া কৰ্মচাৰীক ৰ'দত বহুৱাই ৰাখি নিজৰ ক্ষোভ প্ৰকাশ কৰে ৷ আছুৰ অভিযোগ কাৰ্যালয়টোৰ কৰ্মচাৰীৰ নাই কোনো কৰ্মসংস্কৃতি ৷

ক্ষুব্ধ ৰাইজৰ প্ৰতিবাদঃ ৰ'দত বহুৱাই থ'লে বিদ্যুৎ বিভাগৰ কৰ্মচাৰীক

ABOUT THE AUTHOR

...view details