- বৰপেটাৰ চাউলখোৱা নৈত উদ্ধাৰ এটা মৃতদেহ
- সোমবাৰে নদীত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে মৃতদেহটো
- মৃতদেহটো বৰপেটা চহৰৰ পালাংদিহাটীৰ হৰেণ বৰ্মণ বুলি চিনাক্ত
- বৰপেটা চহৰৰ বাছ আস্থানৰ গাড়ীৰ ধন সংগ্ৰাহক হিচাপে কৰ্মৰত আছিল লোকজন
- দেওবাৰে নিশা প্ৰায় ৭-৩০ বজাত বাছ আস্থানৰ কাম সামৰি ঘৰলৈ ওলাই গৈছিল
- চাউলখোৱা নৈৰ মথাউৰিৰে ঘৰলৈ গৈ থকা অৱস্থাৰ পৰাই সন্ধানহীন হৈছিল লোকজন
- আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে বৰপেটাৰ চাউলখোৱা নদীত মৃতদেহ উদ্ধাৰ
বৰপেটাৰ চাউলখোৱা নদীত মৃতদেহ উদ্ধাৰ - HAREN BORMAN
বৰপেটাৰ চাউলখোৱা নৈত সোমবাৰে উদ্ধাৰ হয় এটা মৃতদেহ ৷ বৰপেটা চহৰৰ আৱৰ্ত ভৱনৰ ওচৰত চাউলখোৱা নদীত উপঙি থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো ৷
![বৰপেটাৰ চাউলখোৱা নদীত মৃতদেহ উদ্ধাৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3912884-thumbnail-3x2-bor.jpg)
বৰপেটাৰ চাউলখোৱা নদীত মৃতদেহ উদ্ধাৰ