অসম

assam

ETV Bharat / state

জনীয়াত ট্ৰেক্টৰৰ তলত পৰি শিশুৰ মৃত্যু - Assam Police

মাটি কঢ়িওৱা ট্ৰেক্টৰৰ তলত পৰি যোৱাৰ ফলতে নিহত হয় এটি নবছৰীয়া শিশুৰ ৷

জনীয়াত ট্ৰেক্টৰৰ তলত পৰি শিশুৰ মৃত্যু

By

Published : Jun 17, 2019, 9:23 PM IST

জনীয়া, 17 জুনঃ মাটি কঢ়িওৱা ট্ৰেক্টৰৰ তলত পৰি এটি শিশুৰ কৰুণ মৃত্যু হয় ৷ কলগাছিয়াৰ সমীপৱৰ্তী বৰডাংগাত সংঘটিত হয় এই দুৰ্ঘটনাটো ৷

জনীয়াত ট্ৰেক্টৰৰ তলত পৰি শিশুৰ মৃত্যু

মাটি কঢ়িয়াই অনা এখন ট্ৰেক্টৰৰ পিছফালৰ চকাত অসাৱধানৱশত পৰি যায় এটি শিশু ৷ ফলত ঘটনাস্থলীতে নিহত হয় মাফিজুৰ ৰহমান (9) নামৰ শিশুটো ৷ আনহাতে দুৰ্ঘটনা সংঘটিত কৰি চালক ৰেজাউলে টেক্টৰসহ ঘটনাস্থলীৰ পৰা পলায়ন কৰে ।

ABOUT THE AUTHOR

...view details