অসম

assam

ETV Bharat / state

পুখুৰীত যুৱতীৰ মৃতদেহ  উদ্ধাৰক কেন্দ্ৰ কৰি বৰপেটাত চাঞ্চল্য - বৰপেটা

বৰপেটাত পুখুৰীত উদ্ধাৰ হয় এগৰাকী দিব্যাংগ যুৱতীৰ মৃতদেহ । মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে সমগ্ৰ অঞ্চলত ৷

ETV BHARAT
বৰপেটাত পুখুৰীত উদ্ধাৰ এগৰাকী যুৱতীৰ মৃতদেহ

By

Published : Mar 15, 2020, 1:20 PM IST

বৰপেটা ১৫ মাৰ্চঃবৰপেটা জিলাৰ আমৃখোৱাৰ এটি পুখুৰীত উদ্ধাৰ হয় এগৰাকী যুৱতীৰ মৃতদেহ । মৃত যুৱতী গৰাকী আমৃখোৱাৰ ভাৰতী নায়ক বুলি জানিব পৰা গৈছে । দিব্যাংগ যুৱতীগৰাকী পানীৰ পৰা উঠিব নোৱাৰাৰ বাবেই মৃত্য়ু হোৱা বুলি সন্দেহ স্থানীয় লোকৰ ৷ ইতিমধ্যে ঘটনাস্থলীত সৰ্থেবাৰী আৰক্ষী উপস্থিত হৈ যুৱতী গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ।

বৰপেটাত পুখুৰীত উদ্ধাৰ এগৰাকী যুৱতীৰ মৃতদেহ

ABOUT THE AUTHOR

...view details