অসম

assam

ETV Bharat / state

বৰপেটাত চিপলৈ আত্মহত্যা এগৰাকী ছাত্ৰীৰ - আত্মহত্যা

বৰপেটাৰোড চন্দনপুৰ নিবাসী তথা বিশিষ্ট ব্যৱসায়ী গুণীন দাসৰ কন্যা মণিকংকনা দাসে নিজ বাসগৃহতেই নিশা চিপলৈ আত্মহত্যা কৰে ৷ বৰপেটাৰোডৰ দ্ৰোণাচাৰ্য একাডেমীৰ একাদশ শ্ৰেণীৰ বাণিজ্য শাখাত অধ্যয়ন কৰিছিল ছাত্ৰী গৰাকীয়ে ৷

বৰপেটাত  চিপলৈ আত্মহত্যা এগৰাকী ছাত্ৰীৰ

By

Published : Sep 19, 2019, 12:30 PM IST

Updated : Sep 19, 2019, 1:40 PM IST

বৰপেটা, 19 ছেপ্তেম্বৰঃ বৰপেটাৰ চন্দনপুৰত চিপলৈ আত্মহত্যা এগৰাকী ছাত্ৰীৰ ৷ মৃত ছাত্ৰী গৰাকী বৰপেটাৰ দ্ৰোণাচাৰ্য একাডেমীৰ ছাত্ৰী আছিল ৷

বৰপেটাত চিপলৈ আত্মহত্যা এগৰাকী ছাত্ৰীৰ

বৰপেটাৰোড চন্দনপুৰ নিবাসী তথা বিশিষ্ট ব্যৱসায়ী গুণীন দাসৰ কন্যা মণিকংকনা দাসে নিজ বাসগৃহতেই নিশা চিপলৈ আত্মহত্যা কৰে ৷ বৰপেটাৰোডৰ দ্ৰোণাচাৰ্য একাডেমীৰ একাদশ শ্ৰেণীৰ বাণিজ্য শাখাত অধ্যয়ন কৰিছিল ছাত্ৰী গৰাকীয়ে ৷ মেধাৱী ছাত্ৰী গৰাকীয়ে কি কাৰণত আত্মহত্যাৰ পথ বাচি ল'লে সেয়া জানিব পৰা হোৱা নাই ৷ উক্ত ঘটনাটো স্থানীয় ৰাইজে আৰক্ষীক অৱগত কৰে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটালৈ প্ৰেৰণ কৰিছে ৷ আৰক্ষীৰ অনুসন্ধানৰ পিছতহে জানিব পৰা যাব ঘটনাটোৰ প্ৰকৃত ৰহস্য ৷

Last Updated : Sep 19, 2019, 1:40 PM IST

ABOUT THE AUTHOR

...view details