অসম

assam

ETV Bharat / state

প্ৰতিকূল বতৰৰ বাবে মুখ্যমন্ত্ৰীৰ সভা স্থগিত ৰখাৰ সিদ্ধান্ত

প্ৰতিকূল বতৰৰ বাবে মুখ্যমন্ত্ৰীৰ সভা স্থগিত ৰখাৰ সিদ্ধান্ত

By

Published : Jul 9, 2019, 11:02 PM IST

প্ৰতিকুল বতৰৰ বাবে মুখ্যমন্ত্ৰীৰ সভা স্থগিত ৰখাৰ সিদ্ধান্ত

জনীয়া, ০৯ জুলাই: বুধবাৰে জনীয়া সমষ্টিৰ উপ-নিৰ্বাচন উপলক্ষে বিজেপিৰ যোগদান সমাৰোহত প্ৰতিকুল বতৰৰ বাবে মুখ্যমন্ত্ৰীৰ সভা স্থগিত ৰখাৰ সিদ্ধান্ত ।

● বুধবাৰে জনিয়া সমষ্টিৰ চৰিয়তপুৰত অনুষ্ঠিত নহয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ সভা ।

● ধাৰাসাৰ বৰষুণে দিছে বিধি পথালি ।

● বুধবাৰে জনীয়া সমষ্টিৰ উপ-নিৰ্বাচন উপলক্ষে বিজেপিৰ যোগদান সমাৰোহত অংশগ্ৰহণ কৰাৰ কথা আছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ।

● প্ৰতিকুল বতৰৰ বাবে মুখ্যমন্ত্ৰীৰ সভা স্থগিত ৰখাৰ সিদ্ধান্ত ।

● যুদ্ধংদেহী তৎপৰতাৰে সম্পন্ন হৈছিল সভাস্থলী নিৰ্মাণৰ কাম ।

● অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখা হৈছে মুখ্যমন্ত্ৰীৰ সভা ।

● বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি মুক্তাৰ হুছেইন খান আৰু জিলা সভাপতি শংকৰ দাসে কৰে ঘোষণা ।

প্ৰতিকুল বতৰৰ বাবে মুখ্যমন্ত্ৰীৰ সভা স্থগিত ৰখাৰ সিদ্ধান্ত

ABOUT THE AUTHOR

...view details