বৰপেটাত জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান - হাফিজ ৰফিকুল ইছলাম
সত্ৰনগৰী বৰপেটাত বেদখল ৰোধ কৰা আৰু চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ উদ্দেশ্যে প্ৰশাসনৰ উচ্ছেদ অভিযান ৷ প্ৰশাসনৰ উচ্ছেদক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ জনিয়া সমষ্টিৰ বিধায়ক হাফিজ ৰফিকুল ইছলামৰ ৷
![বৰপেটাত জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান mla hafiz rafiqul islam reacted after barpeta eviction](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9451163-202-9451163-1604650499310.jpg)
বৰপেটাত জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান
বৰপেটা,৬নৱেম্বৰ:বৰপেটাত জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান ৷ সত্ৰনগৰী বৰপেটাৰ চৌদিশে বেদখল ৰোধ কৰা আৰু চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ বাবে প্ৰশাসনৰ উচ্ছেদ অভিযান ৷ চহৰখনৰ সোণকুছি কল'নীৰ লগতে আন বহুতো ঠাইত উচ্ছেদ অভিযান জিলা প্ৰশাসনৰ ৷ গুৰুমুখী থান সত্ৰৰ কাষৰ ভূমি বেদখল মুক্ত কৰাৰ বাবেও প্ৰশাসনে উচ্ছেদ অভিযানৰ আয়োজন কৰিছে ৷