অসম

assam

ETV Bharat / state

জনিয়াত শ্ৰমিক দিৱস উদযাপন - barpeta

সমগ্ৰ বিশ্বৰ লগতে জনিয়াত চি আই টি ইউ আৰু এ আই কে এছৰ যৌথ উদ্যোগত মে' দিৱস পালন।

জনিয়াত শ্ৰমিক দিৱস উদযাপন

By

Published : May 1, 2019, 8:03 PM IST

বৰপেটা,1 মেঃ ৰপেটা জিলাৰ জনিয়াৰ গ্ৰামোন্নয়নত চি,আই টি ইউ, চি পি আই এম, নিৰ্মাণ শ্ৰমিক, মটৰ শ্ৰমিক, ই-ৰিক্সা শ্ৰমিক, আশা কৰ্মী, অংগনবাদী আৰু কৃষক সমাজে যৌথভাৱে আয়োজন কৰে আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস ৷

জনিয়াত শ্ৰমিক দিৱস উদযাপন

মে' দিৱস উপলক্ষে পতাকা উত্তোলন কৰি গ্ৰামোন্নয়নৰ পৰা জনিয়া চাৰি আলিলৈকে সমদল বাহিৰ কৰে শ্ৰমিকসকলে ৷ এই সমদলত নিজৰ বিভিন্ন দাবী পূৰণৰ বাবেও শ্ল'গান প্ৰদান কৰে শ্ৰমিকসকলে ৷

ABOUT THE AUTHOR

...view details