বৰপেটাৰোড, 20 মাৰ্চ: বৰপেটাৰোড ৰেলৱে সুৰক্ষা বাহিনীৰ বিশেষ অভিযানত শুকুৰবাৰে নিশা নামনিমুৱা কামাখ্যা-ভগত কা কোঠি এক্সপ্ৰেছৰ পৰা জব্দ বৃহৎ পৰিমানৰ বিলাতী সুৰা ৷ কামাখ্যা-ভগত কা কোঠি এক্সপ্ৰেছ ৰেলগাড়ীৰে সুৰা খিনি কঢ়িয়াই লৈ গৈ থকাৰ সময়তে ৰেলৱে সুৰক্ষা বাহিনীৰ পৰিদৰ্শক সোহান পালৰ নেতৃত্বত আৰ পি এফৰ এটা দলে তালাচী চলাই জব্দ কৰে সুৰাখিনি ৷
বৰপেটাৰোডত ভগত কা-কোঠি ৰেলৰ পৰা জব্দ বৃহৎ পৰিমাণৰ বিলাতী সুৰা - বৰপেটাৰোডৰ ৰেলৱে সুৰক্ষা বাহিনী
ৰেলৱে সুৰক্ষা বাহিনীৰ বিশেষ অভিযানত কামাখ্যা-ভগত কা কোঠি এক্সপ্ৰেছৰ পৰা জব্দ বৃহৎ পৰিমানৰ বিলাতী সুৰা ৷ আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ৷
![বৰপেটাৰোডত ভগত কা-কোঠি ৰেলৰ পৰা জব্দ বৃহৎ পৰিমাণৰ বিলাতী সুৰা Liquer seized by Railway police at Barpetaroad](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6485684-thumbnail-3x2-p1.jpg)
বৰপেটাৰোডত ভগত কা-কোঠি ৰেলৰ পৰা জব্দ বৃহৎ পৰিমাণৰ বিলাতী সুৰা
বৰপেটাৰোডত ভগত কা-কোঠি ৰেলৰ পৰা জব্দ বৃহৎ পৰিমাণৰ বিলাতী সুৰা
উল্লেখ্য যে সুৰাখিনিৰ লগত অভিযানকাৰী দলটোৱে কোনো লোকক সক্ষম কৰিবলৈ হোৱা নাই যদিও অব্যাহত ৰাখিছে অভিযান ৷ জব্দকৃত বিলাতী সুৰা সমূহ বৰপেটাৰোডৰ আৰ পি এফে আবকাৰী বিভাগক চমজাই দিছে বৰপেটাৰোডৰ ৰেলৱে সুৰক্ষা বাহিনীৰ অভিযানকাৰী দলটোৱে ৷
লগতে পঢ়কঃ মহানগৰীৰ দুটাকৈ স্থানত গ্ৰেপ্তাৰ ড্ৰাগছ সৰৱৰাহকাৰী