জনীয়া, 27 ফেব্ৰুৱাৰী :ভাৰতৰ নিৰ্বাচন আয়োগে অসমৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে তৎপৰ হৈ পৰিছে জিলা প্ৰশাসন ৷ সেই অনুসৰি আজি কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ নিৰ্দেশ মৰ্মে কলগাছিয়াত থকা বিভিন্ন চৰকাৰী প্রতিষ্ঠানত লগোৱা বিভিন্ন ৰাজনৈতিক দলৰ বেনাৰ-পোষ্টাৰসমূহ আঁতৰাই দিয়া হয় ৷
নিৰ্বাচনৰ দিন ঘোষণাৰ পাচতে কলগাছিয়াত তৎপৰ প্ৰশাসন - জনীয়া সমষ্টিৰ কলগাছিয়া
নিৰ্বাচনৰ দিন ঘোষণাৰ পাচতে কলগাছিয়াত তৎপৰ প্ৰশাসন ৷ আঁতৰাই পেলালে বিভিন্ন ৰাজনৈতিক দলৰ বেনাৰ-পোষ্টাৰ ৷
![নিৰ্বাচনৰ দিন ঘোষণাৰ পাচতে কলগাছিয়াত তৎপৰ প্ৰশাসন নিৰ্বাচনৰ দিন ঘোষণাৰ পাচতে কলগাছিয়াত তৎপৰ প্ৰশাসন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10800654-thumbnail-3x2-kolgasia.jpg)
নিৰ্বাচনৰ দিন ঘোষণাৰ পাচতে কলগাছিয়াত তৎপৰ প্ৰশাসন
নিৰ্বাচনৰ দিন ঘোষণাৰ পাচতে কলগাছিয়াত তৎপৰ প্ৰশাসন
জনীয়া সমষ্টিৰ কলগাছিয়াৰ লগতে বামুনটাৰী, বালিকুৰী, লাংলা, ময়নবৰী আদিকে ধৰি বিভিন্ন এলেকাত আজি বিভিন্ন ৰাজনৈতিক দলৰ বেনাৰ-পোষ্টাৰ অতি ক্ষীপ্ৰতাৰে আঁতৰাই দিয়া হয় ৷
লগতে পঢ়ক :500 ফুট দলীয় পোষ্টাৰেৰে চমক সৃষ্টি হাজোত