অসম

assam

কলগাছিয়াত কৃষক মুক্তিৰ কেব বিৰোধী প্ৰতিবাদ

By

Published : Dec 13, 2019, 9:50 PM IST

শুকুৰবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বৰপেটা জিলাৰ কলগাছিয়াতো কেবৰ বিৰুদ্ধে সাব্যস্ত কৰা হয় প্ৰতিবাদত ৷ জাতিধ্বংসী এই আইনখন বাতিল আৰু কৃষক নেতা অখিল গগৈক বিনাচৰ্তে মুক্তিৰ দাবীত সাব্যস্ত কৰা হয় এই প্ৰতিবাদ ৷

Kalgachiya KMSS protest on CAB
কলগাছিয়াত কৃষক মুক্তিৰ কেব বিৰোধী প্ৰতিবাদ

কলগাছিয়া, 13 ডিচেম্বৰঃ লোকসভা তথা ৰাজ্যসভাত গৃহীত হ’ল নাগৰিকত্ব সংশোধনী বিধেয়ক 1019 ৷ বৃহস্পতিবাৰে মাজনিশা ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে বিধেয়কখনত স্বাক্ষৰ কৰাৰ পাচতে পৰিণত হয় আইনলৈ ৷ আনহাতে, শুকুৰবাৰেও ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে আইনখনৰ বিৰুদ্ধে প্ৰতিবাদ ৷ বৰপেটা জিলাৰ কলগাছিয়াতো বিধেয়কখন বিৰুদ্ধে সাব্যস্ত কৰা হয় প্ৰতিবাদত ৷ কলগাছিয়া বজাৰত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে কলগাছিয়া বজাৰত সাব্যস্ত কৰে প্ৰতিবাদ ৷ জাতিধ্বংসী এই আইনখন বাতিল আৰু কৃষক নেতা অখিল গগৈক বিনাচৰ্তে মুক্তিৰ দাবীত সাব্যস্ত কৰে এই প্ৰতিবাদ ৷

কলগাছিয়াত কৃষক মুক্তিৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details