জনিয়া, 13 মে’: পৱিত্ৰ ঈদ-উল-ফিতৰ উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোক সকললৈ জনীয়াৰ বিধায়ক ড°ৰফিকুল ইছলামে শুভকামনা জ্ঞাপন কৰিছে । ইয়াৰ লগতে বিধায়ক ড° ইছলামে ঈদৰ নামাজ পঢ়াৰ সময়ত চৰকাৰ তথা প্ৰশাসনে বান্ধি দিয়া নীতি নিয়ম মানি চলিবলৈ আহ্বান জনাই সকলোকে।
ৰাজ্যবাসীক ঈদৰ শুভকামনা জনালে জনীয়াৰ বিধায়ক ড° ৰফিকুল ইছলামে - জনীয়া
ৰাজ্যৰ ইছলাম ধৰ্মাৱলম্বী লোক সকললৈ পৱিত্ৰ ঈদ-উল-ফিতৰৰ শুভকামনা জ্ঞাপন কৰিছে জনীয়াৰ বিধায়ক ড°ৰফিকুল ইছলামে । ৰাজ্যবাসীক প্ৰশাসনে বান্ধি দিয়া নীতি নিয়ম মানি পৱিত্ৰ ঈদ পালন কৰিবলৈ আহ্বান ড° ইছলামৰ ৷
![ৰাজ্যবাসীক ঈদৰ শুভকামনা জনালে জনীয়াৰ বিধায়ক ড° ৰফিকুল ইছলামে jania-mla-wishes-eid](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11750886-1035-11750886-1620925845174.jpg)
ৰাজ্যবাসীক ঈদৰ শুভকামনা জনালে জনীয়াৰ বিধায়ক ড°ৰফিকুল ইছলামে
ৰাজ্যবাসীক ঈদৰ শুভকামনা জনালে জনীয়াৰ বিধায়ক ড°ৰফিকুল ইছলামে
উল্লেখ্য যে, বৃহস্পতিবাৰৰ পৰা ৰাজ্যত জাৰি কৰা হৈছে ক’ভিডৰ নতুন এছঅ’পি ৷ এনে সময়তে শনিবাৰৰ পৱিত্ৰ ঈদৰ দিনটোত ৰাজ্যৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে এইবেলি অনুষ্টুপীয়াকৈ উদযাপন কৰিব লাগিব পৱিত্ৰ ঈদ-উল-ফিতৰ ৷