জনিয়া,16 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন 2019ৰ বিৰুদ্ধে মহামান্য উচ্চ ন্যায়ালয়ত গোচৰ অসম ৰাজ্যিক জমিয়তৰ।
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে গোচৰ অসম ৰাজ্যিক জমিয়তৰ - case file against CAA
প্ৰতিবাদকাৰীক অত্যাচাৰ নকৰিবলৈ চৰকাৰক সকিয়নী প্ৰদান কৰাৰ লগতে চৰকাৰে প্ৰশাসনৰ অপব্যৱহাৰ কৰাৰ অভিযোগ তুলি চৰকাৰক গৰিহণা দিয়ে বিধায়ক হাফিজ ৰফিকুল ইছলামে ৷
CA(A)ৰ বিৰুদ্ধে গোচৰ অসম ৰাজ্যিক জমিয়তৰ
আনহাতে,মহামান্য উচ্চ ন্যায়ালয়ৰ কেচ ডায়েৰী নম্বৰ ৪৫৫০৩/২০১৯ বুলি উল্লেখ কৰে বিধায়ক গৰাকীয়ে। প্ৰতিবাদকাৰীক অত্যাচাৰ নকৰিবলৈ চৰকাৰক সকীয়নি প্ৰদান কৰাৰ লগতে চৰকাৰে প্ৰশাসনৰ অপব্যৱহাৰ কৰাৰ অভিযোগ তুলি চৰকাৰক গৰিহণা দিয়ে বিধায়ক হাফিজ ৰফিকুল ইছলামে ৷ তাৰোপৰি চৰকাৰে নিজৰ ব্যৰ্থতা ঢাকিবলৈ অখিল গগৈ আৰু আছুৰ নেতা সকলক গ্ৰেপ্তাৰ কৰা বুলি মন্তব্য কৰে ৷ লগতে গণতান্ত্ৰিক আন্দোলন কৰা কৃষক নেতা অখিল গগৈক মুকলি কৰি দিয়াৰো দাবী জনাই বিধায়ক গৰাকীয়ে ।