জনিয়া, 1 জানুৱাৰীঃ বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত চৌধুৰী বজাৰ চৰত অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডটোত ভষ্মীভূত একেটা পৰিয়ালৰে চাৰিটাকৈ ঘৰ ৷ আজগৰ আলী নামৰ লোকজনৰ ঘৰত সংঘটিত অগ্নিকাণ্ডটোৰ জাহ যায় এন আৰ চি কাগজকে ধৰি মাটিৰ দলিল, ভোটৰ আই কাৰ্ড, পান কাৰ্ডৰ লগতে নগদ ধন সহ তিনি লক্ষাধিক টকাৰ সা-সম্পত্তি ৷
জনিয়াৰ চৌধুৰী বজাৰ চৰত অগ্নিকাণ্ড - জনিয়াৰ চৌধুৰী বজাৰ চৰত অগ্নিকাণ্ড
বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত চৌধুৰী বজাৰ চৰত অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডটোত ভষ্মীভূত একেটা পৰিয়ালৰে চাৰিটাকৈ ঘৰ ৷ আজগৰ আলী নামৰ লোকজনৰ ঘৰত সংঘটিত অগ্নিকাণ্ডটো ৷
![জনিয়াৰ চৌধুৰী বজাৰ চৰত অগ্নিকাণ্ড Jania Choudhury Bazar chowk fire](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5560609-thumbnail-3x2-j.jpg)
জনিয়াৰ চৌধুৰী বজাৰ চৰত অগ্নিকাণ্ড
জনিয়াৰ চৌধুৰী বজাৰ চৰত অগ্নিকাণ্ড
উল্লেখ্য যে, অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ সময়ত আজগৰ আলীয়ে পথাৰত ঘাঁহ কাটিবলৈ গৈছিল ৷ তেখেতে জনোৱা অনুসৰি অগ্নিকাণ্ডটোত নগত ডেৰ লাখ টকা সম্পূৰ্ণৰূপে জ্বলি ছাঁই হৈ যায় ৷
লগতে পঢ়ক-সৈন্য বাহনীয়ে নিজকে ৰাজনীতিৰ পৰা আঁতৰত ৰাখেঃ চিডিএছ বিপিন ৰাৱাট