অসম

assam

ETV Bharat / state

কলগাছিয়াত সাংবাদিকৰে জনসংযোগ বিযয়াৰ অন্তৰংগ আলাপ - বৰপেটা জিলাৰ জনসংযোগ বিষয়া বিকাশ শৰ্মাই কলগাছিয়া মহকুমা সাংবাদিক সন্থাৰ সাংবাদিক সকলৰ সৈতে আজি এক অন্তৰঙ্গ আলাপত মিলিত হয়

যি কোনো বাতৰি পৰিৱেশন কৰাৰ পূৰ্বে বাতৰিৰ সত্যতা জানি লওক ৷ অন্যথা বিপদত পৰিব পাৰে আপুনি ৷

Intimate talks by public relation officer
কলগাছিয়াত সাংবাদিকৰে জনসংযোগ বিযয়াৰ অন্তৰঙ্গ আলাপ

By

Published : Apr 18, 2020, 4:53 PM IST

কলগাছিয়া, 18 এপ্ৰিলঃ বৰপেটা জিলাৰ জনসংযোগ বিষয়া বিকাশ শৰ্মাই কলগাছিয়া মহকুমা সাংবাদিক সন্থাৰ সাংবাদিক সকলৰ সৈতে আজি এক অন্তৰংগ আলাপত মিলিত হয়। আলাপত শৰ্মাই সাংবাদিক সকলক কেইবাটাও গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায়। আজিৰ এই অন্তৰংগ আলাপত খেতিয়ক,মৎস্য পালক,দৰিদ্ৰ লোকসকলৰ লক ডাউনৰ ফলত হোৱা সমস্যাৰ ওপৰতো পৰ্যালোচনা কৰা হয়। ইয়াৰ লগতে বিষয়া গৰাকীয়ে যি কোনো বাতৰি পৰিৱেশন কৰাৰ পূৰ্বে বাতৰিৰ সত্যতা জানি ল'বলৈও আহ্বান জনায়। আনহাতে আজিৰ এই অন্তৰঙ্গ আলাপত কলগাছিয়া মহকুমা সাংবাদিক সন্থাৰ সভাপতি আলহাজ আব্দুল হাই,সম্পাদক ৰকিবুল হাচান,কাৰ্যকৰী সভাপতি ছাইফুল ইছলামৰ লগতে কেইবাগৰাকীও সাংবাদিক উপস্থিত থাকে।

কলগাছিয়াত সাংবাদিকৰে জনসংযোগ বিযয়াৰ অন্তৰঙ্গ আলাপ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details