বৰপেটা ৯ মাৰ্চ:সৰ্থেবাৰীৰ যমথেৰ চুপাত জব্দ বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ । সৰ্থেবাৰী আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে অবৈধ প্ৰায় আঠশ বটল বিলাতী সুৰাৰ লগতে এখন টেম্পো ৷ উপ পৰিদৰ্শক কনক শৰ্মাৰ নেতৃত্বত চলা অভিযানত জব্দ কৰা হয় সুৰাখিনি ৷
সৰ্থেবাৰীত জব্দ বিলাতী সুৰা - আৰক্ষীৰ অভিযানত জব্দ হয় এখন টেম্পো
সৰ্থেবাৰী আৰক্ষীয়ে অভিযান চলাই যমথেৰ চুপাৰ পৰা জব্দ কৰে বৃহৎ পৰিমাণৰ বিলাতী সুৰা ৷ আৰক্ষীৰ অভিযানত জব্দ হয় এখন টেম্পো ৷
![সৰ্থেবাৰীত জব্দ বিলাতী সুৰা Illegal_liquor_seized_barpeta](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6351629-thumbnail-3x2-wtn.jpg)
সৰ্থেবাৰীত জব্দ বিলাতী সুৰা
সৰ্থেবাৰীত জব্দ বিলাতী সুৰা
ইফালে, আৰক্ষীৰ চকুৰ সন্মুখৰ পৰাই টেম্পো পলায়ন কৰে চালকজন ৷ আৰক্ষীৰ দলটোৰ সন্মুখৰ পৰা চালকজন পলায়ন কৰা ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত ৷ বৰ্তমান ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷
অন্য এক খবৰৰ বাবে:অৰুণাচলত ৰহস্যজনক মৃত্যু লখিমপুৰৰ তিনি যুৱকৰ
Last Updated : Mar 9, 2020, 11:30 PM IST