ষষ্ঠ স্থানত বৰপেটাৰ ৰাজশ্ৰী - অসম নিউজ
ভায়লিন বজাই ভাল পোৱা বৰপেটাৰ ৰাজশ্ৰী পাঠকে লাভ কৰিলে ষষ্ঠ স্থান

বৰপেটাৰ ৰাজশ্ৰীৰ ষষ্ঠ স্থান
বৰপেটাৰ ৰাজশ্ৰীৰ ষষ্ঠ স্থান
বৰপেটা, 15 মে': ঘোষণা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ৷ শীৰ্ষ দহ স্থানৰ ভিতৰত বৰপেটাৰ ৰাজশ্ৰী পাঠকে লাভ কৰে ষষ্ঠ স্থান ৷ ভায়লিন বজাই ভাল পোৱা ৰাজশ্ৰীয়ে দৈনিক নিয়ম অনুযায়ী কৰিছিল অধ্যয়ন ৷ মেধাৱী ৰাজশ্ৰী পাঠকৰ বাসগৃহৰ পৰা ইটিভি ভাৰত অসমৰ সাংবাদিক বাপকন দাসৰ এক প্ৰতিবেদন.....