অসম

assam

ETV Bharat / state

বানৰ তাণ্ডৱত ত্ৰস্তমান জনীয়াৰ জনজীৱন

জনীয়াত হাজাৰ হাজাৰ লোক জলবন্দী । বানৰ ৰুদ্ৰৰূপ ধাৰণ ।

বানৰ তাণ্ডৱত ত্ৰস্ত জনিয়াৰ জনজীৱন

By

Published : Jul 18, 2019, 2:06 PM IST

জনীয়া, 17 জুলাইঃ ভয়াৱহ বানৰ কৱলত পৰিছে বৰপেটা জিলাৰ কলগাছিয়া অঞ্চল ৷ কলগাছিয়া-মইনবড়ী পোন্ধৰ কিলোমিটাৰ গড়কাপ্তানী পথ পানীৰ তলত বুৰ গৈছে ৷ বানত ক্ষতিগ্ৰস্ত হৈছে 84 খনকৈ গাঁৱৰ ৰাইজ ৷ বেঁকী আৰু ব্ৰহ্মপুত্ৰ নদীৰ বিধ্বংসী বানপানীৰ ফলত বৰভিটা, বনঘুগি, কান্দুলীয়া, গাৰালীপাম, ৰামপুৰ, চান্দমামা, মইনবড়ী আদি গাঁৱৰ বাসিন্দা সকল বানৰ কৱলত পৰিছে । কাৰ্যত এতিয়া তাত গড়কাপ্তানী পথবোৰ হৈ পৰিছে ক্ৰমে জলপথ কিম্বা পুখুৰী ৷

বানৰ তাণ্ডৱত ত্ৰস্ত জনিয়াৰ জনজীৱন

For All Latest Updates

ABOUT THE AUTHOR

...view details