কলগাছিয়া, 27 জুনঃ কলগাছিয়াস্থিত বৰপেটাৰ অসামৰিক চিকিৎসালয়ৰ কেবাগৰাকী নাৰ্ছ,কৰ্মীৰ লগতে এগৰাকী চিকিৎসককো কোৱাৰেন্টাইন কৰোৱা হৈছে ৷ কোৱাৰেন্টাইনত থকা চিকিৎসক গৰাকীৰ নাম ডাক্তৰ জাকিৰ হুছেইন ৷
বৰপেটা অসামৰিক চিকিৎসালয়ৰ চিকিৎসক-নাৰ্ছক কোৱাৰেণ্টাইন - Doctor & Nurse Home Quarantine
কোৱাৰেন্টাইনত থকা চিকিৎসা কৰ্মীৰ এই দলটোৱে উৱাজেদ আলী নামৰ লোক এজনৰ জীয়েকৰ প্ৰসৱৰ সময়ত অস্ত্ৰোপ্ৰচাৰৰ লগতে শুশ্ৰষা আগবঢ়াইছিল ৷ কিন্তু মহিলা গৰাকীৰ পিতৃৰ দেহত ধৰা পৰে COVID-19 ৷ সেয়ে চিকিৎসা সেৱা আগবঢ়োৱা চিকিৎসক নাৰ্ছক কোৱাৰেণ্টাইন কৰা হৈছে ৷
বৰপেটা অসামৰিক চিকিৎসালয়ৰ চিকিৎসক নাৰ্ছক কোৱাৰেণ্টাইন
কোৱাৰেন্টাইনত থকা চিকিৎসা কৰ্মীৰ এই দলটোৱে উৱাজেদ আলী নামৰ লোক এজনৰ জীয়েকৰ প্ৰসৱৰ সময়ত অস্ত্ৰোপ্ৰচাৰৰ লগতে শুশ্ৰষা আগবঢ়াইছিল ৷ কিন্তু মহিলা গৰাকীৰ পিতৃৰ দেহত ধৰা পৰে COVID-19 ৷ তেওঁৰ জীয়ৰীয়ো তেওঁৰ ঘৰতেই আছিল ৷ সেয়ে মহিলা গৰাকীক আইছ'লেশ্যনত ৰখাৰ লগতে চিকিৎসা কৰ্মীৰ দলটোক কোৱাৰেন্টাইন কৰা হৈছে ৷
লগতে পঢ়কঃ দৰঙত অনিদিষ্টকাললৈ সাপ্তাহিক বজাৰ বন্ধ
Last Updated : Jun 27, 2020, 7:42 AM IST