অসম

assam

By

Published : Sep 1, 2019, 12:58 PM IST

ETV Bharat / state

ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত চালক

বৰপেটাৰ হাউলীৰ কালঝাৰত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত এজন ৷ 31 নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা ৷ নিহত চালক জন হাউলীৰ বৰবালা গাওঁৰ তবিবৰ ৰহমান ৷

ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত চালক

বৰপেটা, 1 ছেপ্তেম্বৰ : বৰপেটাৰ হাউলীৰ কালঝাৰত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ 31 নং ৰাষ্ট্ৰীয় ঘাইপথত মালবাহী অটো ভান এখনত পিচফালৰ পৰা খুন্দা মাৰে এখন মালবাহী বলেৰ' ভানে ৷ বলেৰ' ভানৰ খুন্দাত অটো ভানৰ চালকজন গাড়ীৰ ভিতৰৰ পৰা পল্লা নদীৰ দলঙৰ ৰেলিঙত চিটিকি পৰে ৷ মুৰত প্ৰচণ্ড আঘাত পাই থিতাতে নিহত হয় অ'টো ভানৰ চালকজন ৷ নিহত চালক জন হাউলীৰ বৰবালা গাওঁৰ তবিবৰ ৰহমান ৷ ঘটনাস্থলীত হাউলী আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ৷

ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত চালক

ABOUT THE AUTHOR

...view details