অসম

assam

By

Published : Jul 17, 2019, 10:45 AM IST

ETV Bharat / state

জনীয়াত বাঢ়নী পানীত উটি গ'ল 5 বছৰীয়া শিশু

মঙলবাৰে আশ্ৰয় শিবিৰৰ পৰাই শিশুটো বানৰ পানীত পৰি শিশুটিক উটুৱাই নিয়াত সন্ধানহীন হয় । শিশুটি দক্ষিণ বৰভিটাৰ আশ্ৰব আলীৰ পুত্ৰ আল আমিন

জনীয়াত বাঢ়নী পানীত উটি গ'ল 5 বছৰীয়া শিশু

জনীয়া, ১৬ জুলাই: জনীয়া সমষ্টিৰ বৰভিটাত বাঢ়নী পানীৰ সোঁতে উটুৱাই নিলে এগৰাকী 6 বছৰীয়া শিশুক। কলগাছিয়া ৰাজহচক্ৰৰ অন্তৰ্গত বৰভিটা উপ আৰক্ষী চকীৰ অন্তৰ্গত দক্ষিণ বাৰভিটা দলঙৰ ওপৰত কেইবাটিও বানাক্ৰান্ত পৰিয়াল শিবিৰ পাতি আশ্ৰয় লৈ আছে। মঙলবাৰে আশ্ৰয় শিবিৰৰ পৰাই এটি 6 বছৰীয়া শিশু বানত পৰি উটি যোবাৰ ফলত সন্ধানহীন হয়। শিশুটি দক্ষিণ বৰভিটাৰ আশ্ৰব আলীৰ পুত্ৰ আল আমিন। আনহাতে,বৰ্তমান পৰ্যন্ত ঘটনাস্থলীত এছ ডি আৰ এফ বাহিনী উপস্থিত হোৱা নাই যদিও আৰক্ষীৰ বিষয়া উপস্থিত হৈ স্থানীয় ৰাইজৰ সহায়ত উদ্ধাৰ অভিযান অব্যাহত ৰাখে ৷

জনীয়াত বাঢ়নী পানীত উটি গ'ল 5 বছৰীয়া শিশু

ABOUT THE AUTHOR

...view details