অসম

assam

ETV Bharat / state

বৰপেটাৰোডত ৰে’লৰ খুন্দাত এজনৰ মৃত্যু

শুকুৰবাৰে দুপৰীয়াৰ ভাগত মালবাহী ৰে’লৰ খুন্দাত মৃত্যু হোৱাৰ আশংকা কৰিছে ৰে’ল আৰক্ষীয়ে ৷

By

Published : Jun 21, 2019, 2:54 PM IST

বৰপেটাৰোডত ৰে’লৰ খুন্দাত এজনৰ মৃত্যু

বৰপেটাৰোড,21 জুনঃ বৰপেটাৰোড আৰু সৰভোগ ৰে’লৱে ষ্টেচনৰ মাজত বেঁকী নৈৰ কাষত শুকুৰবাৰে ৰে’লৰ খুন্দাত এজন লোকৰ মৃত্যু ঘটে ৷ দুপৰীয়াৰ ভাগত চলাচল কৰা মালবাহী ৰে’লৰ খুন্দাত মৃত্যু হোৱা বুলি ধাৰণা কৰিছে ৰে’ল আৰক্ষীয়ে ৷ প্ৰায় ৫০ বছৰীয়া মৃতদেহটোৰ পৰিচয় বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই ৷

ABOUT THE AUTHOR

...view details