বৰপেটা ২ মাৰ্চ:বৰপেটাৰ হাউলীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কালঝাৰত দূৰ্ঘটনা ৷ পল্লা নৈৰ ওপৰত থকা দলঙৰ ৰেলিং ভাঙি নৈত পৰিল ট্ৰাক ৷ দূৰ্ঘটনাত পতিত ট্ৰাকখনৰ নম্বৰ AS 01 DD 4145 ৷ সন্ধানহীন হৈ আছে দূৰ্ঘটনাগ্ৰস্থ ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনজন ৷ চালক আৰু হেণ্ডিমেনজনে পলায়ন কৰাৰ সন্দেহ স্থানীয় লোকৰ ৷ হাউলীৰ পৰা গুৱাহাটী অভিমুখে গৈ আছিল ট্ৰাকখন ৷ ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে হাউলী আৰক্ষী ৷ আৰক্ষীয়ে চালক আৰু হেণ্ডিমেনজনৰ বিষয়ে চলাই আছে অনুসন্ধান ৷
বৰপেটাত দলঙৰ ৰেলিং ভাঙি পল্লা নৈত পৰিল ট্ৰাক - বৰপেটাৰ হাউলীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ
পল্লা নৈৰ ওপৰত থকা দলঙৰ ৰেলিং ভাঙি নৈত পৰিল ট্ৰাক ৷ দূৰ্ঘটনাত পতিত ট্ৰাকখনৰ নম্বৰ AS 01 DD 4145 ৷
BORPETA ROAD ACCIDENT