পাঠশালাত ৰসায়ন বিজ্ঞানৰ কিতাপ উন্মোচন - প্ৰৱীন পাঠক
দশম শ্ৰেণীৰ বাবে উপযোগীকৈ লিখা ৰসায়ন বিজ্ঞানৰ কিতাপখন দেওবাৰে উন্মোচন কৰে বজালী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ৰবীন কলিতাই । বিশিষ্ট নিবন্ধকাৰ পুলু কুমাৰ শৰ্মাই আঁত ধৰা উন্মোচনী সভাত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

পাঠশালাত কৃতি শিক্ষকৰ ৰসায়ন বিষয়ক গ্ৰন্থ উন্মোচন
পাঠশালা, ২৬ মে': পাঠশালাৰ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক প্ৰবীণ পাঠকৰ দ্বাৰা ৰচিত পুথি উন্মোচন । দশম শ্ৰেণীৰ বাবে উপযোগীকৈ লিখা ৰসায়ন বিজ্ঞানৰ কিতাপখন দেওবাৰে উন্মোচন কৰে বজালী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ৰবীন কলিতাই । বিশিষ্ট নিবন্ধকাৰ পুলু কুমাৰ শৰ্মাই আঁত ধৰা উন্মোচনী সভাত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে । আনহাতে, দশম শ্ৰেণীৰ বাবে প্ৰস্তুত কৰা ৰসায়নৰ প্ৰসংগ পুথিখনৰ পৰা ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হ'ব বুলি বিশ্বাসী লেখকগৰাকী ৷
পাঠশালাত কৃতি শিক্ষকৰ ৰসায়ন বিষয়ক গ্ৰন্থ উন্মোচন