বৰপেটা,২৯ ডিচেম্বৰঃ বৰপেটা প্ৰেছ ক্লাৱত উন্মোচন কৰা হ'ল বিশ্ব প্ৰসিদ্ধ লেখক হাৰ্বাৰ্ট জৰ্জ ওৱেলচৰ 'A Short History of The World'শীৰ্ষক গ্ৰন্থখনৰ অসমীয়া অনুবাদ ৷ লেখক অধ্যাপক ড0 ৰণজিৎ সভাপণ্ডিতে অনুবাদ কৰা 'পৃথিৱীৰ চমু ইতিহাস' উন্মোচন কৰে বিশিষ্ঠ সাহিত্যিক তথা কলাগুৰু বঁটাপ্ৰাপক অক্ষয় কুমাৰ মিশ্ৰই ৷
উন্মোচন হ'ল ড0 ৰণজিৎ সভাপণ্ডিতৰ গ্ৰন্থ 'পৃথিৱীৰ চমু ইতিহাস' - 'পৃথিৱীৰ চমু ইতিহাস'
বৰপেটা প্ৰেছ ক্লাৱত উন্মোচন কৰা হয় ড0 ৰণজিৎ সভাপণ্ডিতৰ দুখনকৈ গ্ৰন্থ ৷ এখন হৈছে হাৰ্বাৰ্ট জৰ্জ ওৱেলচৰ 'A Short History of The World' শীৰ্ষক গ্ৰন্থখনৰ অসমীয়া অনুবাদ 'পৃথিৱীৰ চমু ইতিহাস' আৰু আনখন হৈছে প্ৰবাস প্ৰব্ৰজন অনুপ্ৰবেশৰ চক্ৰবেহুত অসম' ৷

উন্মোচন হ'ল ড0 ৰণজিৎ সভাপণ্ডিতৰ গ্ৰন্থ 'পৃথিৱীৰ চমু ইতিহাস'
উন্মোচন হ'ল ড0 ৰণজিৎ সভাপণ্ডিতৰ গ্ৰন্থ 'পৃথিৱীৰ চমু ইতিহাস'
ইয়াৰ সমান্তৰালভাৱে এই উপলক্ষে বৰপেটা প্ৰেছ ক্লাৱত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী অনুষ্ঠানত ড0 ৰণজিৎ সভাপণ্ডিতৰ 'প্ৰবাস প্ৰব্ৰজন অনুপ্ৰবেশৰ চক্ৰবেহুত অসম' শীৰ্ষক আন এখন গ্ৰন্থও উন্মোচন কৰা হয় ৷ উন্মোচনী অনুষ্ঠান কেইবাজনো জেষ্ঠ সাহিত্যিক,লেখক উপস্থিত থাকে ৷
লগতে পঢ়ক : ইণ্ডিয়ান বুক অফ ৰেকৰ্ডত নাম লিখিলে টীয়কৰ পদ্মনাভ বনিয়াই
Last Updated : Dec 29, 2020, 10:28 AM IST