অসম

assam

ETV Bharat / state

সৰ্থেবাৰীত বিনামূলীয়া ৰক্ত পৰীক্ষণ আৰু ৰক্তদান শিবিৰ - সাৰথি হস্পিতাল

সৰ্থেবাৰী আঞ্চলিক যুৱ শক্তিৰ উদ্যোগত আৰু সাৰথি হাস্পতালৰ সহযোগত সৰ্থেবাৰীত বিনামূলীয়া ৰক্ত পৰীক্ষণ তথা ৰক্তদান শিবিৰ অনুষ্ঠিত হয় হৈ যায় ।

সৰ্থেবাৰীত বিনামূলীয়া ৰক্ত পৰীক্ষণ আৰু ৰক্তদান শিবিৰ
সৰ্থেবাৰীত বিনামূলীয়া ৰক্ত পৰীক্ষণ আৰু ৰক্তদান শিবিৰ

By

Published : Mar 28, 2021, 5:30 PM IST

বৰপেটা ২৮ মাৰ্চ: ৰক্তদান মহান দান। ৰক্তদানৰ জৰিয়তে আপুনি কাৰোবাৰ জীৱন বচাব পাৰে আৰু সেই উদ্দেশ্যৰে দেওবাৰে সৰ্থেবাৰীত অনুষ্ঠিত হ'ল ৰক্তদানৰ লগতে ৰক্ত পৰীক্ষণ শিবিৰ। সৰ্থেবাৰী আঞ্চলিক যুৱ শক্তিৰ উদ্যোগত আৰু সাৰথি হাস্পতালৰ সহযোগত সৰ্থেবাৰীত বিনামূলীয়া ৰক্ত পৰীক্ষণ তথা ৰক্তদান শিবিৰ অনুষ্ঠিত হয় হৈ যায় ।

সৰ্থেবাৰীত বিনামূলীয়া ৰক্ত পৰীক্ষণ আৰু ৰক্তদান শিবিৰ

উল্লেখযোগ্য যে, সৰ্থেবাৰী পুৰণ বজাৰত অনুষ্ঠিত কৰা হয় এই ৰক্ত পৰীক্ষণ আৰু ৰক্ত দান শিবিৰত প্ৰায় ৫০ জন যুৱকে ৰক্তদান কৰাৰ লগতে বহু কেইজন যুৱকে নিজৰ তেজৰ গ্ৰুপ পৰীক্ষা কৰে এই শিবিৰতে ।

লগতে পঢ়কঃ উজনিৰ তিনিটা সমষ্টিৰ দুজন প্ৰাৰ্থীক লৈ চৰ্চা

ABOUT THE AUTHOR

...view details