বৰপেটা, 17 এপ্ৰিলঃ "ভাৰতৰ ৰামায়ণ-মহাভাৰত চাই বিদেশত উৰাজাহাজ নিৰ্মাণ কৰা হৈছে৷"এই মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ ৷ গৃহ সমষ্টি সৰভোগত নিৰ্বাচনী প্ৰচাৰ চলাই প্ৰাচীন ভাৰতীয় সংস্কৃতি-সভ্যতাৰ কথা ক'বলৈ গৈ এনেদৰে মন্তব্য কৰে ৰঞ্জিত কুমাৰ দাসে ৷
ৰামায়ণ-মহাভাৰত চাই নিৰ্মাণ কৰিছে উৰাজাহাজ:ৰঞ্জিত দাস - mahabharata
বুধবাৰে কোকৰাঝাৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰমীলাৰাণী ব্ৰহ্মৰ হৈ সৰভোগৰ কেইবাটাও স্থানত প্ৰচাৰ চলায় বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে ৷ ইতিমধ্যে দৰিদ্ৰ জনসাধাৰণৰ বাবে নৰেন্দ্ৰ মোডী চৰকাৰে গ্ৰহণ কৰা কল্যাণকামী আঁচনিসমূহ অব্যাহত ৰখাৰ বাবে পুনৰবাৰ বিজেপিক শাসনৰ বাঘজৰী গতাব লাগে বুলিও কয় দাসে ৷
ৰামায়ণ-মহাভাৰত চাই নিৰ্মাণ কৰিছে উৰাজাহাজ