বৰপেটাৰোড, 14 আগষ্টঃভগৱান শ্ৰীৰাম আৰু প্ৰধানমন্ত্ৰী মোডীকলৈ অশ্লীল ফটো ফেচবুকত আপল’ড কৰা বৰপেটাৰোডৰ এজন যুৱকক কৰায়ত্ত কৰি শুকুবাৰে কাৰাগাৰলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে ৷ উল্লেখযোগ্য যে,বৰপেটাৰোড চহৰৰ এক নম্বৰ ৱাৰ্ডৰ বাসিন্দা আব্দুল মজিদ খানৰ পুত্ৰ আনছাৰ খানে ভগৱান শ্ৰীৰাম আৰু দেশৰ প্ৰধানমন্ত্ৰী গৰাকীৰ অশ্লীল পষ্ট ফেচবুকত আপল’ড কৰিছিল ৷
শ্ৰীৰাম আৰু মোডীৰ অশ্লীল ফটো ফেচবুকত আপল’ড দি ৰঙাঘৰৰ আলহী যুৱক - অখিল ভাৰত হিন্দু মহাসভা
বৰপেটাৰোড চহৰৰ এক নম্বৰ ৱাৰ্ডৰ বাসিন্দা আব্দুল মজিদ খানৰ পুত্ৰ আনছাৰ খানে ভগৱান শ্ৰীৰাম আৰু দেশৰ প্ৰধানমন্ত্ৰী গৰাকীৰ অশ্লীল পষ্ট ফেচবুকত আপল’ড কৰিছিল ৷
![শ্ৰীৰাম আৰু মোডীৰ অশ্লীল ফটো ফেচবুকত আপল’ড দি ৰঙাঘৰৰ আলহী যুৱক bhagaban ram modis bad photo upload arrest one at barpeta road](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8421476-911-8421476-1597415141120.jpg)
ভগৱান শ্ৰীৰাম আৰু প্ৰধানমন্ত্ৰী মোডীৰ অশ্লীল ফটো ফেচবুকত আপল’ড দি ৰঙাঘৰৰ আলহী যুৱক
ভগৱান শ্ৰীৰাম আৰু প্ৰধানমন্ত্ৰী মোডীৰ অশ্লীল ফটো ফেচবুকত আপল’ড দি ৰঙাঘৰৰ আলহী যুৱক
ইপিনে অখিল ভাৰত হিন্দু মহাসভাৰ বৰপেটা জিলা সমিতিৰ সভাপতি দীপাংকৰ শৰ্মাই বৰপেটাৰোড আৰক্ষী থানাত এখন দাখিল কৰিছিল ৷ সেইমৰ্মে বৰপেটাৰোড আৰক্ষীয়ে অভিযুক্ত আনছাৰ খানক নিজ গৃহৰ পৰা গ্ৰেপ্তাৰ কৰি বৰপেটাৰ কাৰাগাৰলৈ নিক্ষেপ কৰে ৷
লগতে পঢ়কঃৰাজ্যত এতিয়াও বানত প্ৰভাৱিত হৈ আছে ১৪ হাজাৰতকৈ অধিক লোক