শিমলাগুৰী, 14 মাৰ্চঃ বৰপেটাৰোডৰ শিমলাগুৰীৰ কেইবাখনো ব্যৱসায়ীক প্ৰতিষ্ঠানত একেনিশাই সংঘটিত চুৰিৰ ঘটনা ৷ ব্যৱসায়ীক প্ৰতিষ্ঠান কেইখনৰ টিনপাত কাটি ভিতৰত প্ৰৱেশ কৰি লুটপাত কৰে মূল্যবান সামগ্ৰী ৷ প্ৰাপ্ত তথ্য অনুসৰি, লুতু মেডিকেলৰ পৰা 36 হাজাৰ টকা, এটা মোবাইল আৰু কিছু ঔষধ চোৰ কৰি নিয়াৰ লগতে আন দুখন গেলামাল দোকানৰ পৰা নগদ ধনৰ লগতে চোৰে লুটি নিয়ে অন্য সামগ্ৰী ৷
বৰপেটাৰোডত একেনিশাই কেইবাখনো ব্যৱসায়ীক প্ৰতিষ্ঠানত চোৰৰ লুটপাত - একেনিশাই সংঘটিত চুৰিৰ ঘটনা
চুৰিৰ ঘটনা সংঘটিত হয় বৰপেটাৰ শিমলাগুৰীৰ কেইবাখনো ব্যৱসায়ীক প্ৰতিষ্ঠানত ৷ ব্যৱসায়ীক প্ৰতিষ্ঠান কেইখনৰ টিনপাত কাটি ভিতৰত প্ৰৱেশ কৰি চোৰে লুটপাত কৰে মূল্যবান সামগ্ৰী
ব্যৱসায়ীক প্ৰতিষ্ঠানত চোৰৰ লুটপাত