ভাল খবৰ ৷ কৰ'নাত আক্ৰান্ত হোৱা নাই বৰপেটাৰ যুৱক - অসমত কৰণা
শেহতীয়া খবৰ অনুসৰি যুৱকজনৰ শৰীৰত ধৰা পৰা নাই কৰ'না ভাইৰাচৰ অৱস্থিতি ৷ তেজৰ নমুনা পৰীক্ষাৰ পিচতে যুৱকজন কৰ'নাত আক্ৰান্ত হোৱা নাই বুলি জানিব পৰা গৈছে ৷
![ভাল খবৰ ৷ কৰ'নাত আক্ৰান্ত হোৱা নাই বৰপেটাৰ যুৱক BARPETA SUSPECTED CARONA](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6501864-thumbnail-3x2-barpeta.jpg)
কৰ'নাত আক্ৰান্ত হোৱা নাই বৰপেটাৰ যুৱক
বৰপেটা ২২ মাৰ্চ: কৰ'নাত আক্ৰান্ত হোৱা নাই বৰপেটাৰ যুৱক ৷ কৰ'ণাত আক্ৰান্তৰ সন্দেহত এজন যুৱকক শুক্ৰবাৰে ভৰ্তি কৰা হৈছিল বৰপেটা মেডিকেল কলেজ হাস্পাতালত ৷ পঞ্জাৱৰ এখন ডেইৰী ফাৰ্মত কৰ্মৰত যুৱকজন কিছুদিন পূৰ্বে বৰপেটাৰ নিজ গৃহলৈ উভতি অহাৰ পিচতে তিনিদিন ধৰি ভূগি আছিল জ্বৰ কাহকে ধৰি শাৰিৰীক অসুস্থতাত ৷