বৰপেটাৰোডত ভয়ংকৰ পথ-দুৰ্ঘটনা - বৰপেটাৰোডত ভয়ংকৰ পথ-দুৰ্ঘটনা
31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কলহভাঙ্গাত বৃহস্পতিবাৰে সন্ধিয়া সংঘটিত হয় পথ দুৰ্ঘটনা ৷ গুৰুতৰভাবে আহত দুই ৷
বৰপেটাৰোডত ভয়ংকৰ পথ-দুৰ্ঘটনা
বৰপেটাৰোড, 29 আগষ্ট:
- বৰপেটাৰোডৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কলহভাঙ্গাত ভয়াবহ পথ দুৰ্ঘটনা
- ধান কঢ়িয়াই নিয়া তীব্ৰবেগী গাড়ীৰ খুণ্ডা AS 15F 8819 নম্বৰৰ এখন স্কুটীত
- আহত দুই স্কুটী আৰোহী নিলো আৰ্য আৰু প্ৰসেনজিৎ দেৱনাথ
- আহত যুৱকদ্বয়ৰ ঘৰ বৰপেটাৰোড চহৰৰ দহ নম্বৰ ৱাৰ্ডত
- সংকটজনক অৱস্থাত দুয়োকে বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ
- দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে তীব্ৰ বেগী AS 15AC 1791 নম্বৰৰ SUPRO গাড়ীখনৰ চালকে