অসম

assam

ETV Bharat / state

বিটিআৰ নিৰ্বাচনত প্ৰাৰ্থীত্ব আগবঢ়াব অগপই - খাদ্য আৰু যোগান মন্ত্ৰী ফনীভূষণ চৌধুৰী

বিজেপি,বিপিএফৰ সৈতে মিত্ৰতাৰে বিটিআৰ নিৰ্বাচনত অগপই প্ৰাৰ্থীত্ব আগবঢ়াব বুলি মন্তব্য কৰে খাদ্য আৰু যোগান মন্ত্ৰী তথা অগপ নেতা ফনীভূষণ চৌধুৰীয়ে ৷ বিজেপিৰ মিছন 100 সম্পৰ্কতো মন্তব্য প্ৰকাশ মন্ত্ৰী গৰাকীৰ ৷

বিটিআৰ নিৰ্বাচনত প্ৰাৰ্থীত্ব আগবঢ়াব অগপই
বিটিআৰ নিৰ্বাচনত প্ৰাৰ্থীত্ব আগবঢ়াব অগপই

By

Published : Feb 22, 2020, 7:20 PM IST

বৰপেটা, ২২ ফেব্ৰুৱাৰীঃআগন্তুক বিটিআৰ নিৰ্বাচনত প্ৰাৰ্থীত্ব আগবঢ়াব অগপই ৷ বিজেপি,বিপিএফৰ সৈতে মিত্ৰতাৰে নিৰ্বাচনী যুঁজত নামিব অগপ | বিটিআৰ আৰু পৌৰ সভাৰ নিৰ্বাচন সন্দৰ্ভত আজি বৰপেটাত এখন দলীয় সাংগঠনিক সভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে খাদ্য আৰু যোগান মন্ত্ৰী তথা অগপ নেতা ফনীভূষণ চৌধুৰীয়ে ৷ বিজেপিৰ মিছন 100 সম্পৰ্কতো মন্তব্য প্ৰকাশ কৰাৰ লগতে 2021 চনৰ নিৰ্বাচনত অগপৰ আসনৰ সংখ্যা বৃদ্ধি হ'ব বুলিও দাবী কৰে মন্ত্ৰী গৰাকীয়ে ৷

বিটিআৰ নিৰ্বাচনত প্ৰাৰ্থীত্ব আগবঢ়াব অগপই

ABOUT THE AUTHOR

...view details