অসম

assam

ETV Bharat / state

হাউলীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাঃ আহত 5

বৰপেটাৰ হাউলীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোত গুৰতৰ ভাৱে আহত 5 যাত্ৰী ৷ তাৰে দুজন যাত্ৰী সংকটজনক অৱস্থাত

By

Published : Nov 5, 2019, 1:22 PM IST

Barpeta Hawuli Road accident : 5 injured, 2 critical condition

বৰপেটা ৫ নৱেম্বৰ: বৰপেটাৰ হাউলীৰ কুজাৰপীঠত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা ৷ টেংকাৰ আৰু যাত্ৰীবাহী মেজিকৰ মুখামুখি সংঘৰ্ষ ৷ দূৰ্ঘটনাটোত ৫ জন যাত্ৰী গুৰুতৰভাৱে আহত ৷ ইয়াৰে দুজনৰ অৱস্থা সংকটজনক ৷ সংকটজনক অৱস্থাত মহিদুল ইছলাম আৰু মেহেৰ আলীক বৰপেটা মেডিকেল কলেজ হাস্পাতাললৈ প্ৰেৰণ ৷ আনকেইজন আহতক ভৰ্তি কৰা হৈছে বৰপেটা হাউলী হাস্পাতালত ৷ যাত্ৰীবাহী মেজিকখনৰ ভুলৰ বাবেই দুৰ্ঘটনাতো সংঘটিত হোৱাৰ অভিযোগ উপস্থিত লোকৰ ৷ স্থানীয় লোকৰ মতে, মেজিকখনে ভুল পথেৰে অহাৰ বাবেই সংঘটিত হয় দুৰ্ঘটনাটো ৷

বৰপেটাৰ হাউলীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত টেংকাৰ আৰু যাত্ৰীবাহী মেজিকৰ মুখামুখি সংঘৰ্ষ

ABOUT THE AUTHOR

...view details