জনীয়া, 5 ছেপ্তেম্বৰঃবুধবাৰে বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত চতলা বেঁকী নৈত জালেৰে মাছ মাৰিবলৈ গৈ এজন মাছমৰীয়া সন্ধানহীন হয় ৷ সন্ধানহীন মাছমৰীয়াজন পাহাৰতুলি গাঁৱৰ ছুৰত জামান বুলি জানিব পৰা গৈছে ৷
চতলা বেঁকী নৈত মাছ মাৰিবলৈ গৈ সন্ধানহীন এজন মাছমৰীয়া - চতলা বেঁকী নৈত মাছ মাৰিবলৈ গৈ সন্ধানহীন এজন মাছমৰীয়া
সন্ধানহীন মাছমৰীয়াজন পাহাৰতুলি গাঁৱৰ ছুৰত জামান বুলি জানিব পৰা গৈছে ৷
![চতলা বেঁকী নৈত মাছ মাৰিবলৈ গৈ সন্ধানহীন এজন মাছমৰীয়া](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4342340-thumbnail-3x2-ndgm1.jpg)
চতলা বেঁকী নৈত মাছ মাৰিবলৈ গৈ সন্ধানহীন এজন মাছমৰীয়া
মাছ মাৰিবলৈ গৈ সন্ধানহীন হৈ পৰাত ৰাইজে কলগাছিয়া আৰক্ষীক খবৰ দিয়ে ৷ উল্লেখ্য যে যোৱা 12 আগষ্টত কালামপুৰ চৰত বেঁকী নৈত পৰি 5 জনকৈ লোক সন্ধানহীন হৈছিল ৷
চতলা বেঁকী নৈত মাছ মাৰিবলৈ গৈ সন্ধানহীন এজন মাছমৰীয়া
Last Updated : Sep 5, 2019, 11:07 AM IST