অসম

assam

By

Published : Oct 26, 2019, 3:01 PM IST

ETV Bharat / state

চৰকাৰী প্ৰহসনত পৰিণত বৰপেটাৰ আতচবাজী গাঁও

৪ বছৰে পৰিত্যক্ত হৈ থাকিল বৰপেটাৰ আতচবাজী গাঁও ৷ কংগ্ৰেছ চৰকাৰে বৰপেটাৰ গণককুছিত ৪ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিছিল আতচবাজী গাঁওখন ৷ কিন্তু গণককুছিত 30 বিঘা মাটিকালিত নিৰ্মাণ কৰা এই আতচবাজী গাঁওখন ৰাজ্যৰ উদ্যোগ বিভাগৰ উদাসীনতাৰ বাবেই বিগত চাৰি বছৰে পৰিত্যক্ত হৈ আছে ৷

৪ বছৰে পৰিত্যক্ত হৈ থাকিল বৰপেটাৰ আতচবাজী গাঁও

বৰপেটা, ২৬ অক্টোবৰঃৰাজ্যখনৰ ঐতিহ্যপূৰ্ণ থলুৱা শিল্পসমুহৰ ভিতৰত বৰপেটাৰ আতচবাজী শিল্প অন্যতম ৷ বিভিন্ন প্ৰতিকূলতা আৰু সীমাৱদ্ধতাৰ মাজতো বৰপেটাৰ কাৰু শিল্পীসকলে বৰপেটাৰ থলুৱা আতচবাজী শিল্পক জীয়াই ৰাখিছে ৷ শতিকাপ্ৰাচীন বৰপেটাৰ আতচবাজী শিল্পই নিজৰ ঐতিহ্য আৰু গৰিমা বহন কৰি আহিছে যদিও শিল্পটোৰ উন্নয়ন আৰু বিকাশৰ বাবে নাই ৰাজ্য চৰকাৰৰ তিলমানো আন্তৰিকতা ৷ যাৰ জ্বলন্ত প্ৰমাণ বৰপেটাৰ আতচবাজী গাঁও ৷ চাওক এই প্ৰতিবেদনঃ

পৰিত্যক্ত হৈ থাকিল বৰপেটাৰ আতচবাজী গাঁও

ABOUT THE AUTHOR

...view details