অসম

assam

ETV Bharat / state

কলগাছিয়াত সমাজ কল্যাণ বিভাগৰ কাৰ্যালয় পৰিদৰ্শন জিলা উপায়ুক্তৰ - সমাজ কল্যাণ বিভাগ

মঙলবাৰে বৰপেটা জিলাৰ কলগাছিয়াত সমাজ কল্যাণ বিভাগৰ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয় পৰিভ্ৰমণ কৰে জিলা উপায়ুক্তই ৷ জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই কাৰ্যালয়টো পৰিভ্ৰমণ কৰি গৰ্ভৱতী আৰু প্ৰসূতি মাতৃয়ে পাবলগীয়া সুবিধাসমূহৰ ওপৰত বুজ লয় ৷

Barpeta Deputy Commissioner, Barpeta Deputy Commissioner visits CDPO office, Barpeta DC visits CDPO office, সমাজ কল্যান বিভাগৰ কাৰ্যালয় পৰিদৰ্শন, বৰপেটা জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা, মাতৃ বন্ধন যোজনা, মাতৃ বন্ধন যোজনা
বৰপেটা সমাজ কল্যান বিভাগৰ কাৰ্যালয়ত জিলা উপায়ুক্ত

By

Published : Nov 26, 2019, 11:46 PM IST

বৰপেটা, 26 নৱেম্বৰঃ বৰপেটা জিলাৰ সমাজ কল্যাণ বিভাগৰ কাৰ্যালয়ত উপস্থিত হৈ সংহত শিশু উন্নয়ন কাৰ্যসূচীৰ বিষয়ে বুজ লয় জিলা উপায়ুক্তই ৷ মঙলবাৰে বৰপেটা জিলাৰ কলগাছিয়াত সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ বৰপেটাৰ জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই সকলোধৰণৰ আঁচনিৰ বিষয়ে বুজ লয় ৷

বৰপেটা সমাজ কল্যান বিভাগৰ কাৰ্যালয়ত জিলা উপায়ুক্ত

প্ৰধান মন্ত্ৰীৰ মাতৃ বন্ধন যোজনাৰ অধীনত গৰ্ভৱতী আৰু প্ৰসূতি মাতৃয়ে পাবলগীয়া সুবিধাৰ লগতে অন্যান্য আঁচনি সমূহৰো বুজ লয় উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই ৷ উপায়ুক্তৰ সৈতে এই ভ্ৰমণত উপস্থিত থাকে অতিৰিক্ত জিলা উপায়ুক্ত অজিত কলিতা আৰু পল্লৱ মজুমদাৰৰ লগতে সমাজ কল্যাণ বিষয়া উজালা খাতুন ৷

লগতে চাওকঃইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ,মাজুলীত নিলম্বন কণিষ্ঠ অভিযন্তাক

ABOUT THE AUTHOR

...view details