বৰপেটাত অগপ প্ৰাৰ্থী গুনীন্দ্ৰ নাথ দাসৰ নিৰ্বাচনী প্ৰচাৰ চলালে অতুল বৰাই
বৰপেটা পৌৰসভাৰ খেলপথাৰত অনুষ্ঠিত বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহন কৰি অতুল বৰাই সাংবাদিকক ক'লে, উজনি অসমত খুউব ভাল হ'ব বিজেপিৰ ৷ ইপিনে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত বিভিন্ন সমষ্টিত ৰাইজৰ বিপুল সহাৰি লাভ কৰা বুলিও দাবী কৰে অতুল বৰাই ৷
![বৰপেটাত অগপ প্ৰাৰ্থী গুনীন্দ্ৰ নাথ দাসৰ নিৰ্বাচনী প্ৰচাৰ চলালে অতুল বৰাই বৰপেটাত অগপ প্ৰাৰ্থী গুনীন্দ্ৰ নাথ দাসৰ নিৰ্বাচনী প্ৰচাৰ চলালে অতুল বৰাই](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11230919-942-11230919-1617209605947.jpg)
বৰপেটাত অগপ প্ৰাৰ্থী গুনীন্দ্ৰ নাথ দাসৰ নিৰ্বাচনী প্ৰচাৰ চলালে অতুল বৰাই
বৰপেটা, ৩১ মাৰ্চ: বৰপেটাত অগপ প্ৰাৰ্থী তথা বিধায়ক গুনীন্দ্ৰ নাথ দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় অগপ সভাপতি অতুল বৰাই ৷ বৰপেটা পৌৰসভাৰ খেলপথাৰত অনুষ্ঠিত বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহন কৰি অতুল বৰাই সাংবাদিকক ক'লে, উজনি অসমত খুউব ভাল হ'ব বিজেপিৰ ৷ ইপিনে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত বিভিন্ন সমষ্টিত ৰাইজৰ বিপুল সহাৰি লাভ কৰা বুলিও দাবী কৰে অতুল বৰাই ৷
বৰপেটাত অগপ প্ৰাৰ্থী গুনীন্দ্ৰ নাথ দাসৰ নিৰ্বাচনী প্ৰচাৰ চলালে অতুল বৰাই