অসম

assam

ETV Bharat / state

কলগাছিয়াত এ টি এম বিকল - assam news

বজাৰ-সমাৰ কৰিবলৈ সকলো ইছলাম ধৰ্মালম্বীৰ প্ৰয়োজন ধনৰ । তেনে সময়তে বৰপেটা জিলাৰ কলগাছিয়াত কেইবাটাও এ টি এম বিকল হৈ যোৱাৰ ফলত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে

কলগাছিয়াত এ টি এম বিকল

By

Published : Aug 12, 2019, 9:00 AM IST

বৰপেটা, 11 আগষ্টঃ সোমবাৰে ইছলাম ধৰ্মালম্বী লোকসকলে উদযাপন কৰিব পবিত্ৰ ঈদ-উজ-জোহা । বজাৰ-সমাৰ কৰিবলৈ সকলো ইছলাম ধৰ্মালম্বীৰ প্ৰয়োজন ধনৰ । তেনে সময়তে বৰপেটা জিলাৰ কলগাছিয়াত কেইবাটাও এ টি এম বিকল হৈ যোৱাৰ ফলত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । বৰটাৰী, বামুনটাৰী, বলাইপথাৰ, গুনিয়ালগুৰি, বালাগাৱৰ, খাৰবাল্লী আদি বহু সংখ্যক গাঁৱৰ হেজাৰ হেজাৰ মানুহ যোৱা কেইবা দিনৰ পৰা এ টি এমত ভিৰ কৰা দেখা গৈছে । এটিএমত পইচা নথকা বাবেই ঈদৰ বজাৰ নকৰাকৈ বিমূখ হৈ ঘৰলৈ উভতিছে

কলগাছিয়াত এ টি এম বিকল

ABOUT THE AUTHOR

...view details