অসম

assam

ETV Bharat / state

পৰীক্ষাত উত্তীর্ণৰ নোহোৱাৰ বাবে চিপজৰী লৈ আত্মহত্যা ছাত্ৰীৰ

পৰীক্ষাত উত্তীৰ্ণ হব নোৱাৰি নিজ গৃহতেই চিপজৰী ল'লে এগৰাকী ছাত্ৰীয়ে ৷ এই ঘটনা বৰপেটাৰোডৰ ৷

পৰীক্ষাত অনুত্তীর্ণৰ ফলত নিজ গৃহত চিপজৰী ল'লে ছাত্ৰীয়ে

By

Published : May 15, 2019, 7:04 PM IST

Updated : May 15, 2019, 7:35 PM IST

সৰভোগ, 15 মেঃ এফালে যদি হাঁহি আনফালে কান্দোন ৷ বৃহস্পতিবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ পাচতেই বাক্সাত সংঘটিত হয় এক কৰুণ ঘটনা ৷ পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰি নিজ গৃহতেই চিপজৰী ল'লে এগৰাকী ছাত্ৰীয়ে ৷

পৰীক্ষাত অনুত্তীর্ণৰ ফলত নিজ গৃহত চিপজৰী ল'লে ছাত্ৰীয়ে

উল্লেখ্য যে পৰিয়ালৰ লোকে ছাত্ৰীগৰাকীক ততাতৈয়াকৈ বৰপেটাৰোডৰ চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসকে ইতিমধ্যে মৃত বুলি ঘোষণা কৰে ছাত্ৰীগৰাকীক ৷ বৰপেটাৰোডৰ নিকটৱৰ্তী জাখলিৰপাৰস্থিত নৰনাৰায়ণ একাডেমীৰ ছাত্ৰী গৰাকীৰ মৃত্যুৱে অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে ৷

Last Updated : May 15, 2019, 7:35 PM IST

ABOUT THE AUTHOR

...view details