অসম

assam

ETV Bharat / state

"প্ৰমীলাৰাণীক হাগ্ৰামাই বলিৰ পঠা সজাইছে"- নৱ শৰণীয়া

নৱ শৰণীয়াৰ বিস্ফোৰণ-প্ৰমীলাৰাণী ব্ৰহ্মৰ এয়া নিৰ্বাচনী শেষ কাল

"প্ৰমীলাৰাণীক হাগ্ৰামাই বলিৰ পঠা সজাইছে"- নৱ শৰণীয়া

By

Published : Apr 10, 2019, 6:41 PM IST

বৰপেটা ১০ এপ্ৰিলঃ "প্ৰমীলাৰাণীক হাগ্ৰামাই সজাইছে বলিৰ পঠা, প্ৰমীলাৰাণী ব্ৰহ্মৰ নিৰ্বাচনী শেষ কাল ৷ এয়া তেওঁৰ বিয়লি বেলাত এনে দুৰ্ভাগ্যজনক ঘটনা ঘটিব বুলি আশা কৰা নাছিলো ৷ তেওঁৰ বিৰুদ্ধে নিৰ্বাচন খেলি বলীৰ পঠা হোৱাটো দুৰ্ভাগ্যজনক" পাঠশালাত উপস্থিত হৈ সাংসদ নৱ শৰণীয়াৰ এই মন্তব্য ৷

"প্ৰমীলাৰাণীক হাগ্ৰামাই বলিৰ পঠা সজাইছে"- নৱ শৰণীয়া

উল্লেখযোগ্য যে নৱ শৰণীয়াই আলফাত থাকোতে গীতা ভাগৱত পঢ়া অথবা বাহী বজাইছিল নেকি বুলি প্ৰমোদ বড়োৱে কৰা প্ৰশ্ন সন্দৰ্ভতো মন্তব্য কৰে নৱ শৰণীয়াই ৷ ইয়াৰোপৰি কেইটামান বড়ো ভোটৰ স্বাৰ্থত ইউ জি ব্ৰহ্মক সমৰ্থন কৰিছে আজমলে কিন্তু শীঘ্ৰেই তেওঁ নিজৰ ভুল বুজি পাব বুলি মন্তব্য কৰাৰ লগতে অবড়ো ভোট বিভাজন নহয় বুলি আত্মবিশ্বাসী নৱ শৰণীয়া ৷

ABOUT THE AUTHOR

...view details